অসম সাংস্কৃতিক মহা সংগ্ৰামত পঞ্চায়ত পৰ্যায়ত হোৱা প্ৰতিযোগীতা

অসম সাংস্কৃতিক মহা সংগ্ৰামত পঞ্চায়ত পৰ্যায়ত হোৱা প্ৰতিযোগীতাত " ক " শাখাত ভৱ কৃষ্ণ গোস্বামী য়ে ভূপেন্দ্ৰ সংগীত ত তৃতীয় , জ্যোতি সংগীত ত প্ৰথম আৰু ৰাভা সংগীত ত প্ৰথম স্থান পাইছে ।



Share:

Blog Archive